মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ লোকনিৰ্মাণ বিভাগ (পথ) অসম ৰাজ্যিক পথ পৰিষদ

ASRB ৰ প্রতিষ্ঠানিক শক্তিশালীকৰণ

  • পথ প্রতিষ্ঠানিক গঠন প্রক্রিয়াৰ নিম্নতম ছটা অন্তর্বর্তীকালীন মূলমন্ত্ৰ কৌশলী, অর্থ, আইনী, পথ পৰিকল্পনা আৰু অভিযান, সংস্থাৰ উন্নয়ন আৰু তথ্য ব্যৱস্থাপনা প্ৰক্ৰিয়া / তথ্য প্ৰযুক্তি (MIS/IT) । ইয়াত নিৰ্ধাৰিত নীতি আৰু প্ৰতিষ্ঠানসমূহৰ বিশ্লেষণৰ বাবে বিশদ প্ৰতিষ্ঠানিক গঠন প্ৰক্ৰিয়া সাজু কৰাৰ লগতে পছন্দৰ বিকল্পৰ বাবে পৰামৰ্শ প্ৰদান কৰা হয় । এই অধ্যয়নে অসম ৰাজ্যিক পথ পৰিষদৰ প্ৰস্তাৱিত পুনঃগঠন, ভূমিকা, প্রতিষ্ঠানৰ গাঁঠনি, বিদ্যমান ব্যবসায়িক প্রক্রিয়াৰ লগতে ৰাজ্যৰ অন্যান্য পথ সংস্থাৰ পৰিকল্পনা অনুযায়ী সম্ভাব্য সংস্কাৰৰ ব্যবস্থা কৰা হয় । ইয়াৰ ভিতৰত –

    • অসমত বিদ্যমান পথ সংস্থাসমূহৰ কার্যাৱলী পর্যালোচনা
    • তিনিটি (৩) কর্মসূচীৰ জড়িয়তে ASRB ক শক্তিশালী কৰা:
      • AS-IS বিদ্যমান কর্ম সঞ্চালনৰ মূল্যায়ন / পৰিস্থিতি বিশ্লেষণ
      • ৰাষ্ট্ৰীয় / আন্তঃৰাষ্ট্ৰীয় সৰ্বশ্ৰেষ্ঠ অনুশীলনৰ বাবে ব্যাঞ্চমার্কিং
      • টু-বি / শক্তিশালী ASRB: বেঞ্চমাৰ্কিং আৰু AS-IS ৰ মূল্যায়ন পৰ্যায়ত গোট খোৱা তথ্যৰ ওপৰত ভিত্তি কৰি আৰ্হিৰ কাৰ্যপন্থাৰ পুননিৰ্মাণ কৰা আৰু ৰাজ্যিক পথ সংস্থাসমূহৰ সৈতে লগ লাগি চৰকাৰী অভিযোগ প্ৰক্ৰিয়াসমূহ, প্ৰতিষ্ঠানৰ গঠন, মানৱ সম্পদ, বিত্তিয় আৰু অডিট সম্পৰ্কীয় ব্যৱস্থা কৰা ।
    • ৰাজ্যৰ ঘাইপথ, মূল ৰাজ্যিক ঘাইপথ, মূখ্য জিলা পথ, গ্ৰাম্য পথ আৰু চহৰ পথসমূহৰ উন্নয়ন, ৰক্ষণাবেক্ষণ ও ব্যবস্থাপনাত জড়িত ৰাজ্যৰ পথ সংস্থাসমূহৰ পুনর্গঠন / সুসংহতকৰণ। এইটো এটা সংক্ষিপ্ত আৰু সুবিধাজনক ধৰণত প্রধানতঃ প্রদান কৰা হয়, পৰিকল্পনা, প্রগ্রামিং, সম্পাদন, প্রস্তুতি, প্রতিক্রিয়া, ৰূপায়ন আৰু ৰক্ষণাবেক্ষণৰ পৰিমাপৰ বাবে মূল পদক্ষেপৰ মাধ্যমেৰে ASRB- ৰ শক্তিশালী ব্যবসায় প্রক্রিয়াৰ ক্ষেত্ৰত প্রতিক্রিয়া প্রদানৰ বাবে প্রধান কৰ্মসমূহৰ এখন তালিকা জড়িত থাকে ।